নাওনাও মেল্

নাও নুমা (Assamese) [ Roman: nao` nu.ma]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-10
1. (Verb-Trans.) to destroy something completely. কিবা বেয়া, অনিষ্টকাৰী বস্তুক সম্পূৰ্ণভাবে নাইকীয়া ধ্বংস কৰা যাতে সি পুনৰায় অপকাৰ কৰিব নোৱাৰে৷